Navigation

 books@bvks.com  +91-70168 11202
Srila Prabhupada Books

পুণ্যভূমি ভাৰতবৰ্ষৰ আৰু যুৱ প্রজন্ম

পুণ্যভূমি ভাৰতবৰ্ষৰ আৰু যুৱ প্রজন্ম

By ভক্তি বিকাশ স্বামী
 60

ভাৰতবৰ্ষৰ যুৱ প্রজন্ম। উঠা! জাগা!

তােমালােকৰ দেশ সমগ্র বিশ্বকে পার্থিক নেতৃত্ব দিবলৈ সক্ষম। বিশ্বৰ কৌটি কৌটি লােকক আকর্ষিত কৰা তােমালােকৰ সনাতন সংস্কৃতিক উপলব্ধি কৰিবলৈ শিকা।

এক ধার্মিক, দার্শনিক, সামাজিক আৰু ঐতিহাসিক বিশ্লেষণ। এই। গ্রন্থখনি কেৱল যুৱ সমাজৰ বাবেই নহয়, যিসকল ভাৰতবর্ষ তথা সমগ্র বিশ্বৰ ভবিষ্যৎ সম্পর্কে আগ্রহী সেইসকলৰ বাবে অত্যন্ত মূল্যবান। উঠা! আগবাঢ়া আৰু উদ্ভাসিত হােৱা।।

উঠা! আগবাঢ়া আৰু উদ্ভাসিত হােৱা।


Share:
Nameপুণ্যভূমি ভাৰতবৰ্ষৰ আৰু যুৱ প্রজন্ম
PublisherBhakti Vikas Trust
Publication Year2020
BindingPaperback
Pages114
Weight135 gms

Submit a new review